Tag: Hanuman Chalisa Assamese

Hanuman Chalisa Assamese

Hanuman Chalisa Assamese PDF শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে। কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥ শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ। চতুবৰ্গ ফল যেন লভো অনুক্ষন॥ বুদ্ধিহীন মই অতি পবন কুমাৰ। গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥ জয় জয় হনুমান গুণৰ সাগৰ। ১ জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥ শ্ৰীৰামৰ দূত তুমি অতি বলবান। অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২…